General knowlegde Quiz Assam – 7 May

Q1. Who is the writter of the novel “Mamare Dhara Tarowal Aru Dukhan Upanyasa”

(“মামৰে ধৰা তাৰোৱাল আৰু দুখন উপন্যাস” উপন্যাসখনৰ লেখক কোন)

(A) Anand Chandra Barua
(B) Homen Borgohain
(C) Bhabendra Nath Saikia
(D) Mamoni Roysom Goswami

Answer: (D) Mamoni Roysom Goswami

Q2. Who was the greatest king of the Pala Dynasty of Kamarupa

(কামৰূপ পাল ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল?)

(a) Dharmapala
(b) Gopala
(c) Jaypala
(d) Ratnapala

Answer: (a) Dharmapala

Q3. Name the Mughal General who took possession of the Ahom Capital Gahrgaon in 1662

(১৬৬২ চনত গড়গাঁও ৰ দখলত লোৱা মোগল সেনাপতিৰ নাম কি?)

(a) Murshid Quli Khan
(b) Islam Khan
(c) Shaista Khan
(d) Mir Jumla

Answer: (d) Mir Jumla

Q4. Who was the central figure of the Revolt of 1857 in Assam

( ১৮৫৭ চনৰ অসম বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তি ত্বৰান্বিত কোন আছিল)

(a) Kandarpeswar Singha
(b) Maniram Dewan
(c) Piyali Barua
(d) Bahadur Gaoburah

Answer: (b) Maniram Dewan

Q5. What was the capital of the Province ‘Eastern Bengal and Assam’

(‘পূব বংগ আৰু অসম’ৰ ৰাজধানী কি আছিল)

(a) Shillong
(b) Rangpur
(c) Chittagong
(d) Dacca

Answer: (d) Dacca

Q6. Cachar was placed under the Commissionerate of Dacca in

(কেতিয়া কাছাৰক ডাক্কাৰ আয়ুক্তালয়ৰ অধীনত ৰখা হৈছিল?)

(a) 1836
(b) 1837
(c) 1839
(d) 1840

Answer: (a) 1836

Q7. The second Burmese invasion took place in

(দ্বিতীয় বাৰ্মিজ আক্ৰমণ সংঘটিত হৈছিল?)

(a) 1817
(b) 1818
(c) 1819
(d) 1821

Answer: (c) 1819

Q8. Maniram Dewan and Piyali Barua were hanged on

(কিমান চনত মণিৰাম দেৱান আৰু পিয়ালি বৰুৱাক ফাঁচী দিয়া হৈছিল)

(a) 26th February, 1858
(b) 30th January, 1860
(c) 20th March, 1861
(d) 21st April, 1865

Answer: (a) 26th February, 1858

Q9. Sadulla’s Coalition Ministry took place on

(কেতিয়ালৈকে সাদুল্লাৰ মিত্ৰজোঁট মন্ত্ৰালয় চলি আছিল)

(a) 1st April 1937

(b) 1st March, 1937

(c) 5th March, 1939

(d) 5th April, 1941

Answer: (a) 1st April, 1937

Q10. Who is the founder of the South-East Asia Ramayana Research Center

(দক্ষিণ-পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন)

(a) Bhupen Hazarika
(b) Mamoni Raisom Goswami
(c) Dhrubajyoti Bora
(d) Lakshminath Bezbaroa

Answer: (b) Mamoni Raisom Goswami

৭ মে ২০২১ শুক্ৰ বাৰ, ওপৰত উল্লেখিত ১০ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰে আপোনাক বিভিন্ন ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ পৰীক্ষাত সহায় কৰিব, যেনে – ভাৰতীয় নৌসেনা, আৰ্মী, SSC, APSC, অসম পুলিচৰ আৰু লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ভঁৰাল চহকী কৰি তুলিব। আপোনাৰ বন্ধু বান্ধৱী সকললৈ আজিৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন সমূহ শ্বেয়াৰ কৰি দিব।

ফেচবুক পেইজ লাইক কৰক ক্লিক কৰক
ফেচবুক গ্ৰুপত জৈন কৰক ক্লিক কৰক
টেলিগ্ৰাম চেনেলত জৈন কৰক ক্লিক কৰক

Disclaimer: সকলো প্ৰশ্ন আৰু প্ৰদান কৰা উত্তৰবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে, যেনে – সাধাৰণ জ্ঞানৰ কিতাপ, ৱেবচাইট। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনাক লেখকক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হল।

You May Also Like

Leave a Reply

Your email address will not be published. Required fields are marked *