General knowlegde Quiz Assam – 6 May

Q1. In which year Assamese magazine ‘Jonaki’ was first published

(জোনাকী মেগাজিন খন কেতিয়া প্ৰকাশ কৰা হৈছিল)

(A) 1887
(B) 1889
(C) 1890
(D) 1896

Ans: (B) 1889

Q2. Who is also known as ‘bihogi kobi’

(কোন জন কবিক বিহগী কবি বুলি কোৱা হয়?)

(A) Dimbeswar Neog
(B) Nalinidhar Bhattacharya
(C) Raghunath Choudhary
(D) Nilmoni Phukan

Ans: (C) Raghunath Choudhary

Q3. The first Assamese romantic poem ‘Bon Kunwori’ was written by

(প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা ‘বন কুঁৱৰী’ কোনে লিখিছিল?)

(A) Dimbeswar Neog
(B) Chandra Kumar Agarwala
(C) Mahendranath Dekaphukan
(D) Benudhar Rajkhowa

Ans: (B) Chandra Kumar Agarwala

Q4. Who was the first secretary of the Oxomiya Bhaxa Unnati Xadhini Xobha

(অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সভাপতি কোন আছিল?)

(A) Benudhar Rajkhowa
(B) Shivaram Sarma Bordoloi
(C) Lakshiprasad Chaliha
(D) Lakhyeswar Sarma

Ans: (B) Shivaram Sarma Bordoloi

Q5. The first modern Assamese theatre hall ‘Baan theatre’ established at Tezpur in the year

(প্ৰথম মডাৰ্ণ থিয়েটাৰ তেজপুৰত কিমান চনত ইস্থাপিত কৰা হৈছিল?)

(A) 1899
(B) 1903
(C) 1906
(D) 1909

Ans: (C) 1906

Q6. Which Assamese writer is also known as ‘Bakulbonor Kavi’

(কোন জন কবিক বকুল বনৰ কবি বুলি জনা যায়?)

(A) Bishnuram Medhi
(B) Binanda Chandra Barua
(C) Anandaram Dhekial Phukan
(D) Ananda Chandra Barua

Ans: (D) Ananda Chandra Barua

Q7. Who had wrtten the book named ‘Prahlada charitra’

(প্ৰহ্লাত চৰিত কোনো লিখিছিল?)

(A) Hema Saraswati
(B) Harivara Vipra
(C) Madhava Kandali
(D) Kaviratna Saravati

Ans: (A) Hema Saraswati

Q8. The Assam silk industry is mainly centered in

(ৰেচম কাৰখানা কত অৱস্থিত?)

(A) Hajo
(B) Rangia
(C) Batadrava
(D) Sualkuchi

Ans: (D) Sualkuchi

Q9. Sankaradeva had established the first Naamghar at

(শংকৰদেৱে নামঘৰৰ কত স্থাপিত কৰিছিল?)

(A) Narayanpur
(B) Patbaushi
(C) Bordowa
(D) Majuli

Ans: (C) Bordowa

Q10. Who had established the ‘Barpeta Satra’ in Barpeta

(বৰপেটা সত্ৰ কোনে ইস্থাপিত কৰিছিল?)

(A) Sankardev
(B) Madhabdev
(C) Damodardev
(D) Gopal Ata

Ans: (B) Madhabdev

৬ মে ২০২১ বৃহস্পতি বাৰ, ওপৰত উল্লেখিত ১০ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰে আপোনাক বিভিন্ন ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ পৰীক্ষাত সহায় কৰিব, যেনে – ভাৰতীয় নৌসেনা, আৰ্মী, SSC, APSC, অসম পুলিচৰ আৰু লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ভঁৰাল চহকী কৰি তুলিব। আপোনাৰ বন্ধু বান্ধৱী সকললৈ আজিৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন সমূহ শ্বেয়াৰ কৰি দিব।

ফেচবুক পেইজ লাইক কৰক ক্লিক কৰক
ফেচবুক গ্ৰুপত জৈন কৰক ক্লিক কৰক
টেলিগ্ৰাম চেনেলত জৈন কৰক ক্লিক কৰক

Disclaimer: সকলো প্ৰশ্ন আৰু প্ৰদান কৰা উত্তৰবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে, যেনে – সাধাৰণ জ্ঞানৰ কিতাপ, ৱেবচাইট। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনাক লেখকক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হল।

You May Also Like

Leave a Reply

Your email address will not be published. Required fields are marked *