সাধাৰণ জ্ঞানৰ প্রশ্ন (৩ মে ২০২১)

১. অসমীয়া চুটি গল্পৰ ‘পিতৃস্বৰুপ’ কোন?

(ক) মাধৱ কন্দলী
(খ) লক্ষ্মীনাথ বেজবৰুৱা
(গ) ভট্টদেৱ

সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি?

(ক) কথা কবিতা
(খ) আপোন সুৰ
(গ) বনফুল

৩. মাঘ বিহুৰ আগদিনা ৰাতি মানুহে একলগ হৈ খেৰ-নৰাৰে সজা ঘৰৰ চাৰিওফালে প্ৰীতি ভোজ খায়। এই নৰাৰ ঘৰটোক কি বোলে?

(ক) ভেলা ঘৰ
(খ) ভোজ ঘৰ
(গ) বিহু ঘৰ

. অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

(ক) ১৯২০ চনত
(খ) ১৯২১ চনত
(গ) ১৯২৬ চনত

. ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?

(ক) ১৯১১ চনৰ পৰা
(খ) ১৯০১ চনৰ পৰা
(গ) ১৯০২ চনৰ পৰা

৬. অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?

(ক) ১৯১১ চনত
(খ) ১৮২৩ চনত
(গ) ১৮২৮ চনত

৭. অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

(ক) প্ৰফুল্ল মহন্ত
(খ) আনন্দৰাম বৰুৱা
(গ) গোপীনাথ বৰদলৈ

. অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?

(ক) ১৫৪৮ চনত
(খ) ১৯৫০ চনত
(গ) ২০১৩ চনত

৯. কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?

(ক) ১৯৭১ চনত
(খ) ১৯৫১ চনত
(গ) ১৯৬১ চনত

১০. কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

(ক) ১৮৮২ চনত
(খ) ১৮২৮ চনত
(গ) ১৮৮১ চনত

আজিৰ দিনটোৰ ১০ টা লাগতিয়াল সাধাৰণ জ্ঞানৰ প্রশ্ন | আমি ভাবোঁ এই কেইটা General knowledge প্রশ্ন আৰু উত্তৰে আপোনাক চৰকাৰী নাইবা ব্যক্তিগত খণ্ডৰ পৰীক্ষাত সহায় কৰিব। আমি এই ৱেবচাইটৰ জৰিয়তে General knowledge ৰ ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম, প্রতি দিনে চৰকাৰী নাইবা বেচৰকাৰী চাকৰিৰ খবৰ পাবলৈ GovjobinAssam নাইবা GovjobinNE ৱেবচাইট visit কৰিব।

GjQuiz.com এই ৱেবচাইট প্ৰকাশ কৰা Assam General knowledge ৰ প্ৰশ্ন আৰু উত্তৰ সমূহ বিভিন্ন ৱেবচাইট, কিতাপ ৰ পৰা লোৱা হৈছে । আমি উল্লেখ কৰা Gk Assam প্রশ্ন বিলাকৰ বিলাকৰ উত্তৰ যদি ভুল হৈ থাকে অনুগ্ৰহ কৰি Comments কৰি জনাই দিব।

17 thoughts on “সাধাৰণ জ্ঞানৰ প্রশ্ন (৩ মে ২০২১)”

Leave a Comment